/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/6f9dfcfb-4c82-4faf-8061-5e5aa0a47fef/landslide.jpg)
প্ৰকৃতি ধ্বংস কৰাৰ ভয়ংকৰ পৰিণতিঃ পাহাৰ খহি মৃত্যু এজনৰ...
ডিজিটেল ডেস্কঃ পাহাৰ ধ্বংস কৰাৰ ভয়ংকৰ পৰিণিত। পাহাৰ খহি পুনৰ মৃত্যু এজনৰ।
উল্লেখ্য যে, বাৰিষা অথবা প্ৰচুৰ বৃষ্টিপাতৰ মাজত ভূমিস্খলন স্বাভাৱিক ঘটনা যদিও, দীৰ্ঘদিন বৰষুণ নোহোৱাকৈ খৰাং বতৰত ভূমিস্খলন এক অস্বাভাৱিক ঘটনা। কিন্তু তেনে এক ঘটনাই সংঘটিত হৈছে গুৱাহাটীৰ দাঁতি কাষৰীয়া ক্ষেত্ৰীত।
পাহাৰৰ মাটি কাটি থকাৰ অৱস্থাতে মৃত্যু হয় এজন লোকৰ। মৃত লোকজনৰ নাম দীপক বৰুৱা। ক্ষেত্রীৰ ৰেৱামহেশ্বৰত সংঘটিত হৈছে এই ঘটনা।
ক্লিক কৰি পঢ়কঃ ওৰাঙত বাছৰ খুন্দাত মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নিহত...