লামডিং-শিলচৰত অনিদিষ্টকাললৈ বন্ধ ৰে'ল চলাচল ...

লামডিং-শিলচৰত অনিদিষ্টকাললৈ বন্ধ ৰে'ল চলাচল ...

author-image
Asomiya Pratidin
New Update
লামডিং-শিলচৰত অনিদিষ্টকাললৈ বন্ধ ৰে'ল চলাচল ...

ডিজিটেল সংবাদ, লামডিংঃ লামডিং-শিলচৰ পাহাৰ লাইনত অনিদিষ্টকাললৈ ৰে'ল চলাচল বন্ধ কৰা হৈছে। ২দিন ধৰি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত লামডিঙৰ পৰা আগৰতলা অভিমুখী বহু কেইখন ট্ৰেইন বাতিল কৰা হৈছে।

Advertisment

13175 শিয়াল দাহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ, 15625 দেউঘৰ আগৰতলা এক্সপ্ৰেছৰ লগতে বহু কেইখন ট্ৰেইন বাতিল কৰা হৈছে। প্ৰবল ধুমুহা-বৰষুণৰ ফলত উত্তৰ পূব সীমান্তত সৃষ্টি হোৱা ভূমিস্খলনৰ বাৰে ৰেল কৰ্তৃপক্ষই শনিবাৰে বহু কেইখন যাত্ৰীবাহী ৰে'ল বাতিল কৰে।

এই ঘটনা পিছতেই লামডিং ষ্টেচনত শিলচৰ অভিমুখী বহু কেইখন ৰে'লৰ যাত্ৰী আবদ্ধ হৈ পৰাৰ লগতে ৰে'লযাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

Also Read: ১১.৩০বজালৈকে ক’ত কিমান ভোটদানঃ প্ৰধানমন্ত্ৰীৰ সমষ্টিত ওলাই আহিছেনে ভোটাৰ...

railway police Lumding railway junction