/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-15/n0g6l2d2/3.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰ: কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত পতাকা উত্তোলন কৰিলে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে বড়োৱে আৰক্ষী,এনচিচি আৰু বিভিন্ন বিদ্যালয়ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।
Also Read: প্ৰভাত গোস্বামীলৈ ২০২৪ বৰ্ষৰ অসমীয়া শিশু সাহিত্য বঁটা