ডিজিটেল সংবাদ,কলিয়াবৰঃ কেৱল ক'ভিড ভেকচিনেই নহয়, যিকোনো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকিব পাৰে। ভেকচিন মাত্ৰেই পৰ্যালোচনাৰ থলীৰ আছে।- কলিয়াবৰত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। ক'ভিড ভেকচিন লোৱাৰ ফলত বহু লোক ৰোগীয়া হৈছে বুলি চৰ্চা চলাৰ সময়তে এই মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ।
কলিয়াবৰৰ জখলাবন্ধাস্থিত ত্ৰিবেনী কাননত শিল্পী দিৱসৰ লগত সংগতি ৰাখি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ক'ভিড ভেকচিনক লৈ কোনো ব্যৱসায় চলা নাই বুলি উল্লেখ কৰি অসমত ৫ কোটিৰো অধিক লোকক বিনামূলীয়াকৈ ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে বুলিও সদৰি কৰে মন্ত্ৰী মহন্তই।
আৰু পঢ়কঃ শংকৰদেৱ শিশু নিকেতনৰ বৰ্ণিল শোভাযাত্ৰা
কেৱল ক'ভিড ভেকচিনেই নহয়, যিকোনো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকিব পাৰেঃ কেশৱ মহন্ত
কেৱল ক'ভিড ভেকচিনেই নহয়, যিকোনো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকিব পাৰে। ভেকচিন মাত্ৰেই
যিকোনো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকিব পাৰেঃ কেশৱ মহন্ত