বিষণ্ণ মনেৰে আজি পুনৰ কাৰাগাৰলৈ উভতিব কেজৰিৱাল...

বিষণ্ণ মনেৰে আজি পুনৰ কাৰাগাৰলৈ উভতিব কেজৰিৱাল...

author-image
Asomiya Pratidin
New Update
তিহাৰ জে'লতে কেজৰিৱালক গ্ৰেপ্তাৰ CBIৰ...

ডিজিটেল ডেস্কঃ পুনৰ জেললৈ উভতি যাব দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰিৱাল। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ২১ দিনৰ বাবে অস্থায়ী জামিনত বাহিৰত থকাৰ পিছত দেওবাৰে বিয়লি পুনৰ তিহাৰ জেলত উপস্থিত হ’ব আপৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

Advertisment

সুৰানীতি কেলেংকাৰীত ২১ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী।১০ মে’ত  উচ্চতম ন্যায়ালয়ে ২ জুন পৰ্যন্ত অন্তৱৰ্তী জামিন দিছিল দিল্লীৰ মুখ্যমন্ত্ৰীক। স্বাস্থ্য পৰীক্ষাৰ বাবে অতিৰিক্ত সাত দিনৰ জামিন বিচাৰি আবেদন কৰিছিল যদিও আদালতে অৰবিন্দ কেজৰিৱালৰ জামিন নাকচ কৰে।

Also Read: ছিকিমত পুনৰ SKMৰ ৰাজত্বঃ জিকিল মুখ্যমন্ত্ৰী, লজ্জাজনক পৰাজয়ৰ দিশে প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন চামলিং...

aap arvinda kejriwal supreme court