/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/0a977ae7-46fe-4fe2-9873-4478f3c934cd/Delhi_chief_minister_Arvind_Kejriwal___PTI__1694974067648.avif)
- দিল্লীৰ কেজৰিৱাল চৰকাৰৰ অভিলাসী ঘোষণা 
- প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা 
- ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন 
- মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ'ব এই ভাট্টা 
- দিল্লী বিধান সভাত বিত্ত মন্ত্ৰী আতিশী মাৰ্লেনাৰ এই ঘোষণা 
- বিধান সভাত বাৰ্ষিক বাজেট উত্থাপন কৰি ঘোষণা বিত্ত মন্ত্ৰীৰ 
Also Read: বিৰোধীক সবল হোৱাৰ আহ্বান শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us