মছজিদত গুলীচালনা, এটা পৰিয়ালৰে ৫ জন নিহত...

মছজিদত আক্ৰমনৰ ফলত নিহত হয় কেইবাগৰাকী লোক। বুধবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ এটা মছজিদত সংঘটিত হয় এই ঘটনা।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

CRIME

ডিজিটেল ডেস্ক: মছজিদত আক্ৰমনৰ ফলত নিহত হয় কেইবাগৰাকী লোক। বুধবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলৰ এটা মছজিদত সংঘটিত হয় এই ঘটনা।

Advertisment

মছজিদৰ ভিতৰত সংঘটিত গুলীচালনাত এটা পৰিয়ালৰে ৫ জনকৈ লোক মৃত্যু হ. লগতে অন্য এজন আহতও হয়। লোককেইজনে নামাজ পঢ়িবলৈ অহাৰ সময়কে এজন সেনাই কৰা গুলীবৰ্ষণৰ ফলত মৃত্যু হয় ৫ জনৰ।

কাবুল চহৰৰ পূব প্ৰান্তত জিলা ০৯ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত খাওজা ৰাৱাছৰ এটা মছজিদত এই ঘটনা সংঘটিত হৈছে। তদন্তত পোহৰলৈ আহিছে যে পুৰণি শত্ৰুতাৰ বাবে এই কাণ্ড সংঘটিত কৰে লোকজনে।

আৰু পঢ়ক: বিজেপি শাসিত মধ্যপ্ৰদেশত উপস্থিত কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা', জনতাৰ সমৰ্থন...

dead kabul firing