/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
জোনমণি ৰাভা কাণ্ডৰ ৪৪ দিন পিছত জখলাবন্ধা আৰক্ষী থানাত চি বি আইৰ দল
জখলাবন্ধা আৰক্ষী থানাত পুনৰ উপস্থিত চি বি আইৰ দল।
জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত তদন্তৰ বাবে উপস্থিত ৩ জনীয়া চি বি আইৰ দলটো।
ঘটনা সংঘটিত হোৱাৰ ৪৪ দিনৰ পাছত আৰক্ষী থানাখনত উপস্থিত হৈছে চি বি আইৰ দলটো।
থানাৰ ভিতৰতে সোধপোছ আৰম্ভ কৰিছে তদন্তকাৰী দলটোৱ।
সোধপোছ চলাইছে জোনমণি ৰাভাৰ বাহনখন উদ্ধাৰ কৰা ক্ৰেণৰ চালক আৰু সহযোগীক।
জোনমণি ৰাভাৰ মৃতদেহ অনা এম্বুলেঞ্চখনৰ চালকজনকো চলাইছে জেৰা।
Also Read: গুৱাহাটী বিশ্ববিদ্যালয়ত ৫ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ...