/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/8189e12f-b261-4bb3-ad8e-5357bb2e0d5b/ap_for_web_copy.jpg)
-
জামুগুৰিহাটৰ ইটাখোলা টেঙাবস্তিত জব্দ ড্ৰাগছ।
-
ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী।
-
৮টা কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী চিৰাজুল ইছলামক।
-
আটকাধীন ইছলামৰ বয়স ৩২ বছৰ।
-
উল্লেখ্য ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা।
-
সৰবৰাহকাৰীটোৰ পৰা এ এছ ওৱাই ০৩৮৯ নম্বৰৰ এখন স্কুটি জব্দ কৰে আৰক্ষীয়ে৷
-
বিশেষ সূত্ৰৰ পমখেদি বিশ্বনাথ চাৰিআলি ক্ৰাইম ব্ৰাঞ্চ আৰু ইটাখোলা আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামক।
-
ঘটনাৰ জড়িত আন এজন অভিযুক্ত পলাতক অৱস্থাত আছে।
Also Read: সলনি হ'ল ১৯টা বিধানসভা, এটা লোকসভা সমষ্টিৰ নামঃ গঠন হ'ল 'কাজিৰঙা' সমষ্টি...