সাংবাদিকসহ মুঠ ৪৫ জনলৈ JAFA Achiever Award-2022
সাংবাদিকসহ মুঠ ৪৫ জনলৈ JAFA Achiever Award-2022

সাংবাদিকসহ মুঠ ৪৫ জনলৈ JAFA Achiever Award-2022

ডিজিটেল সংবাদ গুৱাহাটী: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাই 'JAFA Achiever Award-2022' ৰ বঁটা প্ৰাপকৰ নাম সমূহ ঘোষণা কৰিছে। জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ৰ হৈ প্ৰচাৰ সম্পাদক কুলেন্দ্ৰ শইকীয়াই বাতৰি কাকতলৈ এক বিবৃতি প্ৰেৰণৰে বঁটা প্ৰাপক সকলৰ নাম সমূহ ঘোষণা কৰিছে।

অহা চাৰি ডিচেম্বৰত গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত আয়োজিত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি বিবৃতিটোত প্ৰকাশ কৰিছে। JAFA Achiever Award-2022 কেইবাটাও শিতানত প্ৰদান কৰা হ'ব। সেই অনুসৰি Journalism শিতানত এই বঁটা প্ৰদান কৰা হৈছে-

  • ৰত্নদ্বীপ চৌধুৰী, ব্যুৰো চিফ, এনডি টিভি।

  • টিপঙ হাঞ্চে, সম্পাদক দ্যা আৰ্লেং ডেইলি।

  • সাম্য ভৰদ্বাজ, চিফ ষ্টাফ ৰিপোৰ্টাৰ, আমাৰ অসম।

  • হীৰামণি শৰ্মা, উপ-সম্পাদক, অসমীয়া প্ৰতিদিন।

  • মিণ্টু হাজৰিকা, জ্যেষ্ঠ সাংবাদিক, আছাম টক্‌চ।

  • ৰাজু বৰুৱা, সহকাৰী চিফ ৰিপোৰ্টাৰ, নিউজ-১৮ অসম-নৰ্থইষ্ট।

Photo Journalism শিতানত এই বঁটা আগবঢ়োৱা হৈছে-

  • দিব্যজ্যোতি ৰাভা, জ্যেষ্ঠ ফটো সাংবাদিক, নিয়মীয়া বাৰ্তা৷

Video Journalism শিতানত এই বঁটা আগবঢ়োৱা হৈছে-

  • সঞ্জয় বৰা, জ্যেষ্ঠ ভিডিও সাংবাদিক, ডি ৱাই ৩৬৫।

News Anchor শিতানত

  • শ্যামলি বৰঠাকুৰ, এন কে টিভি, নিউজ এংকৰ

Best School of Journalism শিতানত

  • টাৰ্ণিং পইণ্ট, গুৱাহাটী৷

Dynamic Youth Leadership শিতানত

  • জয়ন্ত মল্ল বৰুৱা, কেবিনেট মন্ত্ৰী, অসম চৰকাৰ৷

For Excellence in Police Service শিতানত

  • হীৰেণ নাথ, এডিজিপি, [এচ বি] আই পি এচ

For Excellence Medical Service শিতানত

  • ডাঃ অমল চন্দ্ৰ কটকী, সঞ্চালক বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট৷

For Excellence Service in Public Administration শিতানত

  • মেঘ নিধি দাহাল, আয়ুক্ত, গুৱাহাটী পৌৰ নিগম [আই এ এচ]৷

Inspiring Educationist শিতানত

  • মেহবুবুল হক, আচাৰ্য, ইউ এচ টি এম৷

For Peace Intiative শিতানত

  • আভিজিত শৰ্মা, সঞ্চালক, আছাম পাব্লিক ৱাৰ্কচ৷

Inspiring Women শিতানত

  • ডাঃ পাৰুল বৰুৱা, পৰিচালন সঞ্চালক, আৰ আই পি টি গ্ৰুপ অব ইনষ্টিটিউচন৷

Social Service শিতানত

  • পৰাগজ্যোতি দত্ত, হেল্‌থ চিটি হাস্পতাল, গুৱাহাটী৷

Social Influencer শিতানত

  • ভূষণ পাঠক, জনপ্ৰিয় ইউটিউবাৰ৷

Best Upcoming Singer শিতানত

  • নাহিদ আফ্ৰিন, উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী৷

For Entrepreneur শিতানত

  • বাহাৰুল ইছলাম লস্কৰ, যুৱ উদ্যোগী৷

For Youth Activisit শিতানত

  • সন্দীপ লাহন, অসম যুৱ পৰিষদ৷

For Small Scale Industry শিতানত

  • কৃষ্ণ প্ৰসাদ শৰ্মা, ক্ষুদ্ৰ চাহ খেতিয়ক ।

তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২২গৰাকী গ্ৰাম্য সাংবাদিকক JAFA Achiever Award-2022 (for Rural Journalism)ৰ বাবে নিৰ্বাচিত কৰা হৈছে৷ জাফাৰ গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰা সকল ক্ৰমে– তেজপুৰৰ ইষ্টাৰ্ণ ক্ৰনিকেলৰ সাংবাদিক প্ৰশান্ত মহন্ত, পশ্চিম কাৰ্বি আংলঙৰ বীৰেন সিং ইংহি, পাথৰিঘাটৰ অসমীয়া প্ৰতিদিনৰ সাংবাদিকৰ জয়ন্ত কাকতি, কোকৰাঝাৰৰ দৈনিক অগ্ৰদূতৰ সাংবাদিক মনালিছা শৰ্মা,শিলচৰৰ প্ৰান্তজ্যোতি দৈনিকৰ সাংবাদিক বিশ্ব কল্যাণ পূৰকায়স্থ, বঙাইগাঁৱৰ ডি ৱাই ৩৬৫ৰ ভিডিঅ' সাংবাদিক ৰঞ্জিত দত্ত, ডিমৰীয়াৰ প্ৰতিদিন টাইমৰ সাংবাদিক কমল কৃষ্ণ ডেকা, ওদালগুৰিৰ নিউজ ১৮ অসম নৰ্থইষ্টৰ সাংবাদিক ৰিপুঞ্জয় নাথ, বিশ্বনাথ চাৰিআলিৰ সাংবাদিক চন্দ্ৰ সিং ৰংপি, চিথিলাৰ ধনকেশ বৰ্মন, শোণিতপুৰৰ মৃণাল শৰ্মা, বিজনীৰ মিণ্টু তালুকদাৰ, কলাইগাঁৱৰ কনেশ্বৰ ডেকা, গোগামুখৰ দীপৰাজ পেগু, ধেমাজিৰ বনমালী মহন্ত, বগীনদীৰ দিগন্ত সোণোৱাল, বন্দৰ দোৱাৰ ৰাজু বৰা, দেওমৰনৈৰ ৰত্নেশ্বৰ চহৰীয়া, দৰঙৰ দুলাল ডেকা, সোণাপুৰৰ ৰমেশ দাস, অভয়াপুৰীৰ আমজাদ আলী, আৰু টিয়কৰ পাৰ্থ হাজৰিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in