HS RESULTS 2024: কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰ...

HS RESULTS 2024: কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰ...

ডিজিটেল ডেস্কঃ ঘোষণা হ'ল ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ২০২৪বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কলা শাখাত অৱতীৰ্ণ হোৱা ২,০০,৪৯৫গৰাকীৰ ভিতৰত উত্তীৰ্ণ হয় ১,৭৮,৮০৬গৰাকী। বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল ৫৪,৪৬০গৰাকীৰ ভিতৰত ৪৮,৯৫৩গৰাকী উত্তীৰ্ণ হয়। আনহাতে বাণিজ্য শাখাত ১৭,৩০৭ গৰাকী আৱতীৰ্ণ হৈছিল। ইয়াৰে ১৫,১৯৬ গৰাকী উত্তীৰ্ণ হয়। কলা, বিজ্ঞান, বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰসমূহ এনেধৰণৰ-

  • কলা শাখাত ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৮২.১২ শতাংশ

  • মুঠ ৮৮,৯৩৪গৰাকী ছাত্ৰ শিক্ষাৰ্থীৰ ভিতৰত৭৬,৩৫৪গৰাকী উৰ্ত্তীণ।

  • ছাত্ৰীৰ উত্তীৰ্ণ হাৰ৮৫.৫১ শতাংশ।

  • মুঠ ১,১২,১৫৫গৰাকী ছাত্ৰী শিক্ষাৰ্থীৰ ভিতৰত ১,০১,০৮০গৰাকী উৰ্ত্তীণ।

  • বিজ্ঞান শাখাৰ ছাত্ৰৰ উৰ্ত্তীণৰ হাৰ ৮৫.৯১ শতাংশ

  • মুঠ ৩১,৯৫৩গৰাকী ছাত্ৰ শিক্ষাৰ্থীৰ ভিতৰত ২৮,৫২০গৰাকী উৰ্ত্তীণ।

  • ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৮৭.৬৭শতাংশ ।

  • মুঠ গৰাকী ২২,৫৯৯ছাত্ৰী শিক্ষাৰ্থীৰ ভিতৰত ২০,৭৪৬গৰাকী উৰ্ত্তীণ।

  • বাণিজ্য শাখাত ছাত্ৰৰ উত্তীৰ্ণ হাৰ ৭৯.৬৬শতাংশ।

  • মুঠ ১২,৩৪৪গৰাকী ছাত্ৰৰ ভিতৰত উত্তীৰ্ণ হয় ১০,৭৮৩গৰাকী।

  • ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৮১.৯১শতাংশ ।

  • ছাত্ৰী শিক্ষাৰ্থীৰ ৫,০৫১গৰাকীৰ ৪,৫৭৩গৰাকী উত্তীৰ্ণ।

HS RESULTS 2024: কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণ হাৰ...
HS RESULTS 2024: উৰ্ত্তীণৰ হাৰত নিম্ন স্থানত কোন কোন জিলা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in