/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/5fd1ffde-fa98-47d8-b337-be02f1eccc25/111.jpg)
বৈঠকত মুখ্যমন্ত্রী আৰু মন্ত্রী অশোক সিংঘালৰ অংশগ্রহণ
গুৱাহাটীত শীঘ্রেই সংস্থাপন কৰা হ’ব ২০০০ চি চি টি ভি কেমেৰা
চৰকাৰীভাৱে লগোৱা হ’ব ২০০০ চি চি টি ভি কেমেৰা
৫ জনতকৈ অধিক কৰ্মচাৰী থকা প্রতিষ্ঠানেও চি চি টি ভি লগোৱাটো বাধ্যতামূলক
কেমেৰাৰ বাবে শীঘ্রেই নিবিদা মুকলি কৰি দিয়া হ’ব
নিৰ্দিষ্ট স্থানত জাঁবৰ নেপেলোৱা লোকো বন্দী হ’ব চি চি টি ভি কেমেৰাত
এই মন্তব্য গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘালৰ
৫০-৫৫ কোটি টকাৰ নিবিদা মুকলি কৰিব ষ্ট্রিট লাইট সংযোজনৰ ক্ষেত্রত।
আৰু পঢ়কঃ নাম হে 'আদৰ্শ গাঁও' দীৰ্ঘ দিনে দেখা নাই উন্নয়ণৰ মুখ