আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাউচিং আৰু আৰবান বিভাগৰ বৈঠক

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাউচিং আৰু আৰবান বিভাগৰ বৈঠক
  • বৈঠকত মুখ্যমন্ত্রী আৰু মন্ত্রী অশোক সিংঘালৰ অংশগ্রহণ

  • গুৱাহাটীত শীঘ্রেই সংস্থাপন কৰা হ’ব ২০০০ চি চি টি ভি কেমেৰা

  • চৰকাৰীভাৱে লগোৱা হ’ব ২০০০ চি চি টি ভি কেমেৰা

  • ৫ জনতকৈ অধিক কৰ্মচাৰী থকা প্রতিষ্ঠানেও চি চি টি ভি লগোৱাটো বাধ্যতামূলক

  • কেমেৰাৰ বাবে শীঘ্রেই নিবিদা মুকলি কৰি দিয়া হ’ব

  • নিৰ্দিষ্ট স্থানত জাঁবৰ নেপেলোৱা লোকো বন্দী হ’ব চি চি টি ভি কেমেৰাত

  • এই মন্তব্য গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংঘালৰ

  • ৫০-৫৫ কোটি টকাৰ নিবিদা মুকলি কৰিব ষ্ট্রিট লাইট সংযোজনৰ ক্ষেত্রত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in