হাজোত ভয়ংকৰ দুৰ্ঘটনা! এখন বাছৰ পিছফালে খুন্দা মাৰিলে আন এখনে...

হাজোৰ দমদমাত ভয়ংকৰ পথ দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

road accident road accident

  • হাজোৰ দমদমাত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • গুৱাহাটী অভিমুখী ASTCৰ বাছৰ পিছফালে খুন্দা আন এখন বাছৰ।

  • দুয়োখন বাছৰে কেইবাজনো যাত্রী গুৰুতৰভাৱে আহত।

  • আহত সকলক হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্রত ভৰ্তি।

  • দমদমা কলেজৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা।

assam road accident hajo