লুৰীণজ্যোতি কংগ্ৰেছৰ ভৰিত পৰা বুলি অভিযোগ আনি অসম জাতীয় পৰিষদ এৰিলে সম্পাদকে...

লুৰীণজ্যোতি কংগ্ৰেছৰ ভৰিত পৰা বুলি অভিযোগ আনি অসম জাতীয় পৰিষদ এৰিলে সম্পাদকে...

author-image
Asomiya Pratidin
New Update
লুৰীণজ্যোতি কংগ্ৰেছৰ ভৰিত পৰা বুলি অভিযোগ আনি অসম জাতীয় পৰিষদ এৰিলে সম্পাদকে...

ডিজিটেল ডেস্কঃ এদিন পূৰ্বে দুলু আহমেদে সামাজিক মাধ্যমত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছৰ ভৰিত পৰা বুলি আৰু দলটো বন্ধ কৰি দিয়াৰ ধমকি দিছিল৷ তাৰ পাছতে আজি দল ত্যাগৰ ঘোষণা কৰিছে প্ৰিন্স ফাইজুল হকে৷

Advertisment

প্ৰাক্তন আছু নেতা তথা অসম জাতীয় পৰিষদৰ নেতা প্ৰিন্স ফাইজুল হকে অসম গণ পৰিষদত যোগদানৰ ঘোষণা কৰিছে৷ অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ কৰি অসম গণ পৰিষদত যোগদান কৰিব হকে৷

প্ৰিন্স ফাইজুল হক অসম জাতীয় পৰিষদৰ সম্পাদক আছিল৷ বিগত বিধানসভা নিৰ্বাচনত দিছপুৰৰ বিধানসভা সমষ্টিত অসম জাতীয় পৰিষদৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল৷

Also Read: কণকণ শিশুৰ কলৰবত মুখৰিত বটদ্ৰৱাৰ ৰাইডঙীয়া...

কংগ্ৰেছ লুৰীণজ্যোতি গগৈ