গোসাঁইগাঁৱত অইল ইণ্ডিয়াৰ পাইপ ফুটি ভয়ংকৰ অগ্নিকাণ্ড

বাবুবিলত অ’ইল ইণ্ডিয়াৰ পাইপ ফুটি হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । ঘটনাস্থলীত ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্রণ কৰাৰ চেষ্টা কৰিছে।

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ
  • গোসাঁইগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
  • বাবুবিলত অ’ইল ইণ্ডিয়াৰ পাইপ ফুটি হাহাকাৰ পৰিবেশ
  • দুলীয়াজান-শিলিগুৰি সংযোগী পাইপ লাইনত বৃহৎ‍ ফাঁট
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্রণ কৰে
  • পাইপ ফুটি নিৰ্গত হৈছে খাৰুৱা তেল
  • ঘটনাক লৈ আতংকিত হৈ পৰিছে স্থানীয় লোক
অইল ইণ্ডিয়া লিমিটেড