/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bb8d5920-44ae-4ee9-a956-bda4bfce5704/3.jpg)
-
গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
-
ৰে'ল আৰক্ষীয়ে শনিবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
-
নিউ তিনিচুকীয়া বাংগালুৰু এক্সপ্ৰেছত চলোৱা তালাচীৰ সময়তে ৰেল আৰক্ষীয়ে ৭০ টাকৈ পেকেটত ৪৪.৩০০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে।
-
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেৰেলাৰ নায়জ আহমেদ, চাৰাফুদ্দিন পি নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰিছে।
-
ৰে'ল আৰক্ষীয়ে জনোৱা অনুসৰি লোক দুজনে গাঞ্জাখিনি গুৱাহাটীৰ পৰা বাংগালুৰুলৈ নিয়াৰ প্ৰচেষ্টা চলাইছিল ।
Also Read: পুনৰ বহিঃৰাজ্যত বিশেষভাৱে সক্ষম লোকৰ ৰহস্যজনক মৃত্যু...