/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7c799861-4e2b-4d2a-b5f7-ebf5d90b78c8/gamosa_13.jpg)
অভিনন্দন, গামোচাই লাভ কৰিলে জি আই টেগ...
বছৰৰ শেষত অসমলৈ আহিল আন এক ভাল খবৰ।
অসমীয়া জাতিৰ স্বাভিমান গামোচাই লাভ কৰিলে জি আই টেগ।
ভাৰত চৰকাৰৰ Geographical Indications Registry য়ে আগবাঢ়াইছে এই জি আই টেগ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিলে এই খবৰ।
ইয়াৰ বাবে সোণোৱালে অসমবাসীক অভিনন্দনো জ্ঞাপন কৰিছে।
Assam's Pride, Shining Bright!
Due recognition of our heritage & cultural identity. Gamosa gets the GI tag, bringing joy to thousands of weavers of this special item that has become a global symbol of Assam.
Congratulations to all. pic.twitter.com/6abQTsc4Rp— Sarbananda Sonowal (@sarbanandsonwal) December 13, 2022
ক্লিক কৰি পঢ়কঃ'গেং অফ ডেভিলছ'ৰ দুই সদস্যক গ্ৰেপ্তাৰ...