/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/ac55cf55-9247-492a-8a56-1243322d54aa/gang_13.jpg)
গেং অফ ডেভিলছৰ দুই সদস্যক গ্ৰেপ্তাৰ...
আৰক্ষীৰ জালত গেং অফ ডেভিলছৰ দুই সদস্য।
গেং অফ ডেভিলছক লৈ উত্তাল হৈ আছে ৰাজ্য।
এই গেং অপ ডেভিলছৰ বাইকৰ খুন্দাত নিহত হৈছিল ছাকিনা নামৰ এগৰাকী মহিলা।
আৰক্ষীয়ে এই গেঙৰ সদস্যক আটক কৰি কিছু সময়ৰ পিছতে মুকলি কৰি দিছিল।
ইয়াৰ পিছতে গেং অফ ডিভিলছে ফেচবুক লাইভ যোগে বন্য উল্লাখ প্ৰদৰ্শন কৰিছিল।
ইয়াৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া।
ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই গেঙৰ দুই সদস্যক।
গ্ৰেপ্তাৰ কৰা দুই সদস্য ক্ৰমে নুৰ নাবি আৰু মিনহাজুল।
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে জনালে এই খবৰ।
Reference Bilasipara Bike rider gang - The boy who made the video Akirul Islam @ Nur Nabi and the rider Minhajul who caused the accident have been apprehended by @Dhubri_Police@assampolice@CMOfficeAssampic.twitter.com/LybgwjFZjV
— GP Singh (@gpsinghips) December 13, 2022
ক্লিক কৰি পঢ়কঃযোগদল হত্যাকাণ্ডৰ ১৩ বছৰঃ আজিও নহ'ল সঠিক তদন্ত