/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/2ce8028e-d03b-4c6c-bae0-1dee8aa0f375/download.jpg)
যোৰহাটৰ এ টি ৰোডত গুলীচালনাঃ এজন লোক গুৰুতৰ ভাৱে আহত
যোৰহাটত নিশা উত্তপ্ত পৰিস্থিতি।
এ টি ৰোডত দুৰ্বৃত্তৰ গুলী চালনা।
গুলীচালনাৰ ফলত চহৰখনত তীব্ৰ উত্তেজনা।
ঘটনাস্থলীত উদ্ধাৰ কৰা হৈছে এটা পিষ্টল।
এ টি ৰোডৰ মাৰোৱাৰীপট্টিত সংঘটিত হৈছে এই ঘটনা।
এগৰাকী ব্যৱসায়ীক লক্ষ্য কৰি গুলীচালনা কৰিছিল দুৰ্বৃত্তই।
গুলীচালনাৰ ফলত এজন লোক আহত হোৱাৰ খবৰ।
প্ৰাৰম্ভিক তথ্য অনুসৰি দুই যুৱকে সংঘটিত কৰিছিল এই গুলীচালনাৰ ঘটনা।
ক্লিক কৰি পঢ়কঃ আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰা চৌদি আৰৱৰ ছন্দ পতন...