আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰা চৌদি আৰৱৰ ছন্দ পতন...

আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰা চৌদি আৰৱৰ ছন্দ পতন

author-image
Asomiya Pratidin
New Update
আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰা চৌদি আৰৱৰ ছন্দ পতন...

আৰ্জেণ্টিনাক পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ কৰা চৌদি আৰৱৰ ছন্দ পতন

ডিজিটেল ডেস্কঃ মহাশক্তিশালী আৰ্জেণ্টিনাক পৰাস্ত কৰি ফিফা বিশ্বকাপত অঘটন ঘটোৱা চৌদি আৰৱে বিজয়ৰ ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে। প্ৰতিযোগিতাত নিজৰ দ্বিতীয়খন মেচত পোলেণ্ডৰ হাতত দলটো ২-০ ব্যৱধানত পৰাস্ত হয়।

Advertisment

আজি গ্ৰুপ চিৰ চৌদি আৰৱ বনাম পোলেণ্ডৰ মাজৰ মেচখনত চৌদি আৰৱে গ'ল কৰা কেইবাটাও সুযোগ লাভ কৰিছিল যদিও তাক কাৰ্যকৰী কৰাত বিফল হোৱাৰ বাবেই মেচখনত পৰাস্ত হ'বলৈ বাধ্য হয়।

মেচখনৰ প্ৰথমাৰ্ধত পোলেণ্ডৰ তাৰকা ষ্ট্ৰাইকাৰ ৰবাৰ্ট লিৱাণ্ড’স্কী ৩৯ মিনিটত প্ৰথমটো গ'ল কৰে। ইয়াৰ পিছত মেচখনৰ ৮২ মিনিটত পোলেণ্ডৰ লিৱাণ্ড’স্কীয়ে চৌদি আৰৱৰ হৈ দ্বিতীয়টো গ'ল কৰে। এয়া আছিল বিশ্বকাপত তেওঁৰ প্ৰথমটো গ'ল। এই বিজয়ৰ ফলত পোলেণ্ডে গ্ৰুপ চিৰ শীৰ্ষস্থান দখল কৰিছে।

ক্লিক কৰি পঢ়কঃ শিপা পাহৰা নাই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ! সন্তানক শিক্ষা দিছে ভাৰতীয় সংস্কৃতিৰ

ফিফা বিশ্বকাপ আৰ্জেণ্টিনা চৌদি আৰৱ পোলেণ্ড