New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1fe19327-f735-4a8e-b0ac-7b05ef53689b/messi.jpg)
পৰাজয় মেচি বাহিনী
ডিজিটেল ডেস্কঃ বৃহৎ অঘটন ! ছৌদি আৰবৰ হাতত পৰাস্ত হ’ল আৰ্জেন্টিনা। মৰুৰ দেশ কাটাৰত অনুষ্ঠিত হৈছে এইবৰ্ষৰ বিশ্বকাপ ফুটবল।
বিশ্বকাপ অভিযানৰ মঙলবাৰে অনুষ্ঠিত প্ৰথমখন মেচতে মুখ থেকেচা আৰ্জেন্টিনাৰ। ছৌদি আৰবৰ হাতত ২-১ গলৰ ব্যৱধানত পৰাজয় মেচি বাহিনীৰ। অহা দেওবাৰে মেচি বাহিনী মুখামুখি হব মেক্সিকোৰ বিৰুদ্ধে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us