ভাৰত নিউজিলেণ্ডৰ তৃতীয় টি-২০ অমীমাংসিত...

মেচত ভাৰতৰ বেগী বলাৰ অৰ্শদীপ আৰু চিৰাজে ৪ টাকৈ উইকেট দখল কৰে
উইকেট দখল কৰাৰ পাছত চিৰাজক সতীৰ্থৰ অভিবাদন
উইকেট দখল কৰাৰ পাছত চিৰাজক সতীৰ্থৰ অভিবাদন

ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত ভাৰত - নিউজিলেণ্ডৰ মাজৰ তৃতীয় টি-২০ মেচখন অমীমাংসিত ৰূপে সমাপ্ত হয়। টছত জয়ী হৈ নিউজিলেণ্ডে প্ৰথমে বেট ধৰি ১৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ভাৰতক জয়ৰ বাবে ১৬১ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

কিন্তু বতৰে বিধি- পথালি দিয়া বাবে আম্পায়াৰে ভাৰতক জয়ৰ বাবে ৭৬ ৰানৰ লক্ষ্য পুনৰ নিৰ্ধাৰণ কৰি দিয়ে। ফলত ভাৰতে নিৰ্ধাৰিত ৯ অভাৰত ৭৫ ৰান সংগ্ৰহ কৰে আৰু ডাৰ্ক ৱৰ্থ লুইচ নিয়ম অনুসৰি মেচখন অমীমাংসিত ৰূপে সমাপ্ত হয়। মেচত ভাৰতৰ বেগী বলাৰ অৰ্শদীপ আৰু চিৰাজে ৪ টাকৈ উইকেট দখল কৰে।

আৰু পঢ়কঃ মেঘালয়লৈ নাযাব! গুলীয়াগুলীত মৃত্যু ৬ জনৰ, বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট আৰু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in