/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
দুয়ো পক্ষৰ সন্মতি ক্ৰমে শিক্ষকৰ বদলিৰ তালিকা প্ৰকাশ।
৫৩৮ গৰাকী উচ্চতৰ মাধ্যমিকৰ শিক্ষকৰ বদলিত চৰকাৰৰ অনুমোদন।
উচ্চতৰ মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে এই তালিকা।
hrmsassam.inত প্ৰকাশ কৰা হৈছে বদলি হোৱা শিক্ষকৰ তালিকা।
Also Read: জীয়া ভৰলী ফাউণ্ডেশ্যনৰ উদ্যোগত খনামুখৰ ওঠৰ মাইলত বৃক্ষৰোপণ কাৰ্যসূচী...