/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/94ea9df3-23ae-45b5-b455-e524b670c1a2/111.jpg)
-
কাছাৰত ১ কোটি ৭০ লাখ টকাৰ নিচাজাতীয় টেবলেট জব্দ
-
কালাইনৰ হিলাৰাত জব্দ ১৭০০টা য়াবা টেবলেট
-
৮৯ টা সৰু পেকেটত এখন অল্ট’ বাহনত অনা হৈছিল টেবলেটসমূহ
-
মেঘালয়ৰ পৰা শিলচৰলৈ সৰবৰাহৰ সময়তে জব্দ
-
আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালকক
-
চালকজনৰ পৰা জব্দ এটা মোবাইলসহ নগদ ৭হাজাৰ টকা
আৰু পঢ়ক : লামডিঙত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হঠাৎ গৰজি উঠিল ৰেলৱে শ্ৰমিক সন্থা...