/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9be9a5ba-0cde-4a0d-ab93-47f0580b9dec/lumding_meeting.jpg)
-
লামডিঙত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে হঠাৎ গৰজি উঠিল ৰেলৱে শ্ৰমিক সন্থা
-
কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে আজি এন এফ ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ সংবাদ মেল
-
কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন নীতি NPS ৰ বিৰুদ্ধে আয়োজন কৰে এই সংবাদ মেল
-
অতি শীঘ্ৰে NPS বাতিল কৰাৰ দাবী ৰেল শ্ৰমিক সংগঠন এমপ্লয়িজ ইউনিয়নৰ।
-
ৰেল বিভাগে NPS বাতিল নকৰিলে শ্ৰমিক সংগঠনটোৰ সকলো কৰ্মচাৰীয়ে ৰেল বন্ধ কৰাৰ লগতে জঙ্গী আন্দোলন কৰা হুংকাৰ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰক।
-
ৰেলৱে কৰ্মচাৰীসকলৰ বাবে NPS আঁচনি যদি সঠিক সিদ্ধান্ত হয় তেনেহলে এই আচঁনিৰ অধীনত মন্ত্ৰী বিধায়ক সকলক কিয় অন্তভূক্ত নকৰে বুলি প্ৰশ্ন উথাপন কৰে এমপ্লয়িজ ইউনিয়নে
আৰু পঢ়ক : পুনৰ ৰাইজৰ মূৰত মাধমাৰ এ পি ডি ছি এলৰ, বৃদ্ধি পালে বিদ্যুৎ মাছুল...