/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
যুৱতীসহ ৪ ড্ৰাগছ সৰবৰাহকাৰী আটক...
-
ৰাজ্যত পুনৰ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
-
শদিয়া আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰে ড্রাগছখিনি।
-
ধলাৰ লাফাংকলা চাৰিআলিৰ পৰা আটক কৰা হৈছে সৰবৰাহকাৰী কেইটাক।
-
ড্ৰাগছ ভৰ্তি ৮ কণ্টেইনাৰ জব্দ।
-
কণ্টেইনাৰ কেইটাত আছিল ১০০ গ্ৰাম ড্ৰাগছ।
-
সৰবৰাহকাৰী কেইটাৰ পৰা জব্দ ৫ টাকৈ মোবাইল ফোন।
-
ধৃত প্রিয়ংকা গগৈ, ডেভিদ গগৈ, পংকজ চিৰিং, দিপু চিৰিং।
Also Read: বকোত বাইকৰ খুন্দাত চাইকেল আৰোহীৰ মৃত্যু...