বাৰাংহাটীত দুৰ্ঘটনাতপতিত দৰাযাত্ৰীৰ বাহন

হাজোৰ বাৰাংহাটীত দৰাযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। ৰাজপথৰ মাজতেই বাগৰি পৰে বাহন।

author-image
Asomiya Pratidin
New Update
414
  • হাজোৰ বাৰাংহাটীত দৰাযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
  • ৰাজপথৰ মাজতেই বাগৰি পৰে বাহন।
  • গুৰুতৰভাৱে আহত এজন যুৱক।
  • যুৱকজনৰ নাম নয়ন তালুকদাৰ।
  • আহত যুৱকজনৰ ঘৰ নলবাৰী জিলাৰ উলাবৰী গাঁৱত।
  • উল্লেখযোগ্য যে নলবাৰীৰ উলাবৰীৰ পৰা কামৰূপ জিলাৰ বলিসত্ৰলৈ বিবাহ কৰাব আহিছিল। 
  • দীৰ্ঘসময় ধৰি ডিমু বাহাৰঘাট পথত যান- জঁটৰ সৃষ্টি।
  • আঘাতপ্ৰাপ্ত যুৱকজনক স্থানীয় লোকে হাস্পতাললৈ প্ৰেৰণ কৰে।
hajo