/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/ff02bce5-b47d-4d8d-9baf-704fbceb4776/3.jpg)
-
মহানগৰীৰ জ্যোতিকুছিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।
-
স্বামীৰ অত্যাচাৰত প্ৰাণ গ'ল পত্নী সুজাতা দাসৰ।
-
যৌতুকৰ দাবীত পত্নীক নিৰ্মম শাৰীৰিক অত্যাচাৰ কৰিছিল স্বামী মানস প্ৰতীম দাসে।
-
স্বামীৰ শাৰীৰিক অত্যাচাৰত মুমুৰ্ষ অৱস্থাত সুজাতাক ওদীলগুৰিস্থিত নিজৰ ঘৰলৈ আনি চিকিৎসা কৰোৱাইছিল পিতৃ শচীন্দ্ৰ বানিয়াই।
-
দেওবাৰে নিশা উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় লৈ নিয়াৰ সময়তে মৃত্যু হয় সুজাতাৰ।
-
ঘটনা সন্দৰ্ভত প্রতীম দাসৰ বিৰুদ্ধে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰিছে সুজাতাৰ পৰিয়ালে।
-
অভিযুক্ত স্বামীগৰাকীক আটক কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।
-
মৃত সুজাতাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত।
-
স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰি পূৰ্বেও এজাহাৰ দাখিল কৰিছিল সুজাতাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/bc7f83ac-cb20-4045-b89f-3a208add7220/WhatsApp Image 2024-06-03 at 9.22.32 AM (1).jpeg)
Also Read: জনতাক মাধমাৰঃ এতিয়াৰ পৰা ঘাইপথত ভৰিব লাগিব বৰ্ধিত মাচুল