মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত হত্যাকাণ্ড

মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত হত্যাকাণ্ড
  • মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত চাঞ্চল্যকৰ হত্যাকাণ্ড ।

  • হোটেল ৰেডিছন ব্লুৰ কোঠাত চাঞ্চল্যকৰ হত্যাকাণ্ড ।

  • হোটেলৰ কোঠাত বহিঃৰাজ্যৰ যুৱকক হত্যা ।

  • মৃত সন্দীপ সুৰেশ মহাৰাষ্ট্ৰৰ পুনেৰ নিবাসী বুলি তথ্য হাতলৈ আহিছে।

  • কলকতাৰ দুই যুৱক-যুৱকতীকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ।

  • পলায়ন কৰোতেই আজাৰাৰ পৰা গ্ৰেপ্তাৰ দুই অভিযুক্তক ।

  • দুই ধৃত অভিযুক্তৰ নাম বিকাশ কুমাৰ শ্ব আৰু অঞ্জলী শ্ব।

  • যুৱকৰ সৈতে মিলি প্রাক্তন প্রেমিকক হত্যাৰ অভিযোগ যুৱতীগৰাকীৰ বিৰুদ্ধে ।

মহানগৰীৰ পঞ্চতাৰকাযুক্ত হোটেলত হত্যাকাণ্ড
লোভে পাপ, পাপে কাৰাগাৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in