/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/7f6b4e7f-b639-4f63-b228-0f434e4f2eff/111.jpg)
ডিজিটেল ডেস্কঃ মৰাণত মৃত নাহৰফুটুকী উদ্ধাৰ। মৰাণৰ টেপৰচালি গাঁৱত উদ্ধাৰ হৈছে এটা মৃত নাহৰফুটুকী।
জানিব পৰা মতে মৃত নাহৰফুটুকীটোৰ নখ আৰু দাঁত কাটি নিয়ে কোনো দুৰ্বৃত্তই। কোনো দুৰ্বৃত্তই নাহৰফুটুুকীটোক হত্যা কৰাৰ সন্দেহ সচেতন ৰাইজৰ।
উল্লেখ্য যে, একাংশ ৰাইজৰ মতে উক্ত নাহৰফুটুকীটোৱে দীৰ্ঘদিনে অঞ্চলটোত উপদ্রৱ চলাই আছিল বুলি জানিবলৈ দিয়ে।
আৰু পঢ়কঃ মথুৰাপুৰত অসম জাতীয় পৰিষদৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস