কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
  • অৱশেষত উদ্ধাৰ হ'ল কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ

  • মৃত যুৱকজন প্ৰমেশ মুড়া বুলি চিনাক্ত

  • লুখুৰাখনীয়া ম'হপাৰা গাঁৱত পানীত পৰি সন্ধানহীন হৈ আছিল যুৱকজন

  • এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো

কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ
প্ৰাকৃতিক দুৰ্যোগত সকলো একেলগে থাকে গতিকে ময়ো আজি ৰাজনৈতিক কথা নকওঃ ৰকিবুল হুছেইন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in