New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/71e6b6b9-e900-4ef8-97ab-3f78cab7c114/25.jpg)
অৱশেষত উদ্ধাৰ হ'ল কাজিৰঙাৰ বানত সন্ধানহীন যুৱকৰ মৃতদেহ
মৃত যুৱকজন প্ৰমেশ মুড়া বুলি চিনাক্ত
লুখুৰাখনীয়া ম'হপাৰা গাঁৱত পানীত পৰি সন্ধানহীন হৈ আছিল যুৱকজন
এন ডি আৰ এফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহটো
Also Read: প্ৰাকৃতিক দুৰ্যোগত সকলো একেলগে থাকে গতিকে ময়ো আজি ৰাজনৈতিক কথা নকওঃ ৰকিবুল হুছেইন