দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ  ডাঙৰীয়া পূজা সম্পন্ন...

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ  ডাঙৰীয়া পূজা সম্পন্ন...

author-image
Asomiya Pratidin
New Update
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ  ডাঙৰীয়া পূজা সম্পন্ন...

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ  ডাঙৰীয়া পূজা সম্পন্ন...

ডিজিটেল সংবাদ নামৰূপঃ সনাতনী সংস্কৃতিৰ পৰম্পৰাগত লোক বিশ্বাস অনুযায়ী আৰু বনাঞ্চলৰ প্ৰকৃতি প্ৰদত্ত সম্পদক এক ঐশ্বৰিক মান্যতা প্ৰদান কৰি বনাঞ্চল সমূহত ডাঙৰীয়া পূজা  অনুষ্ঠিত কৰা প্ৰথা প্রচলিত। সেই মৰ্মে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল বৰ্তমানৰ ৰাষ্ট্ৰীয় উদ্যান জয়পুৰ আঞ্চলিক বন কাৰ্য্যালয়ৰ  উদ্যোগত আজি বনাঞ্চলৰ ভিতৰত নিমখ পুং এলেকাত পৰম্পৰাগত নিয়ম অনুসৰি ডাঙৰীয়া পূজা সমাপন কৰে।  

Advertisment

অনুষ্ঠানত জয়পুৰ আঞ্চলিক বন বিষয়া পুষ্পধৰ বৰগোহাঞি উপস্থিত থাকে । লগতে আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত কঁঠাল গুৰি, শুকান জুৰি খণ্ড বন কাৰ্যালয়ৰ কৰ্মী বিষয়ববীয়াসকল, ১৯ নং পুলিচ ৰিজাৰ্ভ বেটেলিয়ানৰ (19 PRBn)  বিষয়ববীয়া, ফৰেষ্ট বেটেলিয়ানৰ জোৱানসকল আৰু গাঁৱৰ ৰাইজ উপস্থিত  থাকে।

ক্লিক কৰি পঢ়কঃ ভূমি বিক্ৰী কৰি পোৱা ১ কোটি লৈ গ'ল চোৰে !

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান