/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/4dfee22b-f065-4da2-b363-5c758e383e34/bokakhat_12.jpg)
বিলাসী বাহনত মানুহক নহয়, চোৰাং গৰুকহে নিয়ে এইখন অসমত...
-
ৰাজ্যত অব্যাহত আছো গৰুৰ অবৈধ সৰবৰাহ।
-
বোকাখাতত পুনৰ বিলাসী বাহনসহ জব্দ চোৰাং গৰু।
-
বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰুসহ বিলাসী বাহন
-
আৰক্ষীয়ে জব্দ কৰিছে AS-17D-2717 নম্বৰৰ এখন স্ক'ৰপিঅ' গাড়ী।
-
গাড়ীখনত আনিছিল ৫ টাকৈ চোৰাং গৰু।
-
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে দুজনক।
-
আটকাধীন চোৰাং গৰু সৰবৰাহকাৰী দুটা ক্ৰমে মোজাৰুল ইছলাম আৰু আনাৰুল ইছলাম।
-
জানিব পৰা মতে বোকাখাতৰ নুমলীগড়ৰ পৰা নগাঁও ছামগুৰিলৈ সৰবৰাহ কৰিছিল গৰু কেইটা।
ক্লিক কৰি পঢ়কঃ ব্ৰাজিললৈ কোনে নিছিল ফুটবল? ছাম্বাই দিছিল সমস্যাৰ সমাধান...