New Update
/asomiyapratidin/media/media_files/2024/12/28/9GaXq3sO8IdeiyszLi91.jpg)
ডিজিটেল সংবাদ, গোগামুখঃ গোগামুখত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্ত: বিদ্যালয় সমাৰোহৰ শনিবাৰে সফল সামৰণি পৰে । তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল উক্ত আন্ত: বিদ্যালয় সমাৰোহ।
গোগামুখ অঞ্চলৰ প্ৰায় কুৰি খনৰো অধিক বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে উক্ত সমাৰোহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us