Advertisment

গোগামুখত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান...

শিৱসাগৰৰ পিছত ধেমাজি জিলাৰ গোগামুখৰ ডিকে ৰোডৰ এন চি নেপালী গাঁৱত থকা অশ্বিনী কুমাৰ দলেৰ বাসগৃহত অভিযান চলায় মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ।

author-image
Asomiya Pratidin
New Update
000

ডিজিটেল সংবাদ,গোগামুখঃ শিৱসাগৰৰ পিছত ধেমাজি জিলাৰ গোগামুখৰ ডিকে ৰোডৰ এন চি নেপালী গাঁৱত থকা অশ্বিনী কুমাৰ দলেৰ বাসগৃহত অভিযান চলায় মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে ।

Advertisment

শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল অশ্বিনী কুমাৰ দলে । অশ্বিনী দলেৰ পুৰণি এটা বাসগৃহত অভিযান চলায় তদাৰকী কোষে । লগতে বনকৰা মহিলাকো সোধা-পোছা কৰে অভিযানকাৰী দলটোৱে । তদাৰকী কোষৰ দলটোৱে সম্পত্তিৰ হিচাপৰ এখন তালিকা চমজি দিয়ে মহিলাগৰাকীক  ।

অভিযান