-
ধুবুৰী জিলা পৰিষদৰ কাৰ্যালত CM ভিজিলেন্সৰ অভিযান।
-
সহকাৰী জিলা প্রকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক।
-
পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ চৰকাৰী বাসগৃহতো অভিযান।
-
দুয়োকে জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।
-
বিশ্বজিৎ গোস্বামীৰ বঙাইগাঁৱৰ বাসগৃহতো অভিযান।
-
সংগ্রাম নিলয়ৰ বি১ ফ্লেটতো অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।
-
গোস্বামীৰ ফ্লেটৰ পৰা জব্দ নগদ ২.৫ কোটি টকা।
-
৩০ হাজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰে মৃণাল কান্তি সৰকাৰ।
-
CEO বিশ্বজিৎ গোস্বামীৰ নিৰ্দেশতে লৈছিল টকাখিনি।
-
উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত লৈছিল এই ধন।
Also Read: নগাঁৱত ৰাইফলসহ আটক দুই যুৱক...