এইবাৰ CM ভিজিলেন্সৰ জালত ধুবুৰী জিলা পৰিষদৰ বিষয়াঃ জব্দ ২.৫ কোটি...

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ধুবুৰী জিলা পৰিষদৰ কাৰ্যালত CM ভিজিলেন্সৰ অভিযান।

  • সহকাৰী জিলা প্রকল্প সমন্বয়ক মৃণাল কান্তি সৰকাৰক আটক।

  • পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ‍ গোস্বামীৰ চৰকাৰী বাসগৃহতো অভিযান।

  • দুয়োকে জেৰা অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই।

  • বিশ্বজিৎ‍ গোস্বামীৰ বঙাইগাঁৱৰ বাসগৃহতো অভিযান।

  • সংগ্রাম নিলয়ৰ বি১ ফ্লেটতো অভিযান দুৰ্নীতি নিবাৰক শাখাৰ।

  • গোস্বামীৰ ফ্লেটৰ পৰা জব্দ নগদ ২.৫ কোটি টকা।

  • ৩০ হাজাৰ টকা উৎ‍কোচ লৈ হাতে-লোটে ধৰা পৰে মৃণাল কান্তি সৰকাৰ।

  • CEO বিশ্বজিৎ‍ গোস্বামীৰ নিৰ্দেশতে লৈছিল টকাখিনি।

  • উন্নয়নমূলক কামৰ ধন মোকলাই দিয়াৰ নামত লৈছিল এই ধন।

প্ৰতীকি ফটো
নগাঁৱত ৰাইফলসহ আটক দুই যুৱক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in