পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ গুহাগাওঁৰ শিশু সন্ধানহীন...

পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ গুহাগাওঁৰ শিশু সন্ধানহীন..

author-image
Asomiya Pratidin
New Update
পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ গুহাগাওঁৰ  শিশু সন্ধানহীন...

ডিজিটেল সংবাদ, হাওৰাঘাটঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰনি থানাৰ অন্তৰ্গত গুহাগাওঁৰ পৰা কেইবাদিন ধৰি এটি ১১ বছৰীয়া শিশু নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱা ল'ৰাটোৰ নাম হৈছে বিশ্বজিৎ বৰ্মন।

Advertisment

ইতিমধ্যে ল'ৰাটোক বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও নোপোৱাত বৰ্তমান মাইলু আৰক্ষী চকীত পৰিয়ালৰ লোকে এখন এজাহাৰ দাখিল কৰিছে। এই সন্দৰ্ভত যদি কোনো সদাশয় লোকে ল'ৰাটোৰ সম্ভেদ পায় তেন্তে 6900616722 নাইবা 8609917678 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

Also Read: ডিফুৰ একে পৰিয়ালৰ তিনিখন গ্ৰন্থ উন্মোচন...

child missing hauraghat