মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ বাবে দীপক শৰ্মাক দিলে ১ লাখ টকা...

মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ বাবে দীপক শৰ্মাক দিলে ১ লাখ টকা...

author-image
Asomiya Pratidin
New Update
বৃহস্পতিবাৰে উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ যাব বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা...

মুখ্যমন্ত্ৰীয়ে চিকিৎসাৰ বাবে দীপক শৰ্মাক দিলে ১ লাখ টকা...

ডিজিটেল ডেস্কঃ গুৰুতৰ ভাৱে অসুস্থ হৈ থকা বিশিষ্ট বাঁহী বাদক দীপক শৰ্মাক চিকিৎসালয়লৈ গৈ সাক্ষাৎ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এককালীন অনুদান আগবঢ়াই মন্ত্ৰীগৰাকীয়ে।

Advertisment

উল্লেখযোগ্য যে, যকৃত, জণ্ডিচকে ধৰি কেইবাটাও ৰোগত আক্ৰান্ত হৈ দিছপুৰ হস্পিতালত চিকিৎসাধীন হৈ থকা দীপক শৰ্মা উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ ৰাওনা হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পীযুষ হাজৰিকাই বিশিষ্ট বাঁহীবাদকগৰাকীক সাক্ষাৎ কৰি এই সাহায্য প্ৰদান কৰে।

ক্লিক কৰি পঢ়কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ, ভাতৃৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...

হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা দীপক শৰ্মা