৭,৮ আৰু ৯ জানুৱাৰীত চৰাইদেউ মহোৎসৱ ২০২৩

৭,৮ আৰু ৯ জানুৱাৰীত চৰাইদেউ মহোৎসৱ ২০২৩

author-image
Asomiya Pratidin
New Update
৭,৮ আৰু ৯ জানুৱাৰীত চৰাইদেউ মহোৎসৱ ২০২৩

৭,৮ আৰু ৯ জানুৱাৰীত চৰাইদেউ মহোৎসৱ ২০২৩

ডিজিটেল সংবাদ চৰাইদেউঃ অহা ৭,৮ আৰু ৯ জানুৱাৰীত ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত চৰাইদেউ মহোৎসৱ ২০২৩ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।বিগত দুটা বছৰ কোভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বন্ধ হৈ পৰা এইবাৰ চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত অনুষ্ঠিত কৰিব লোৱা মহোৎসৱখনি সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি ব্যাপক তৎপৰতাৰে মৈদাম প্ৰাংগণত চলি থকা পৰিলক্ষিত হৈছে।

Advertisment

মহোৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীয় খাদ্য মেলা, প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ ওপৰত নির্মিত তথ্য চিত্র প্ৰদৰ্শন,পৰম্পৰাগত থলুৱা খেল-ধেমালিৰ প্ৰতিযোগিতা, স্মৃতিগ্ৰন্থ প্ৰকাশকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীয় সমাৰোহ অনুষ্ঠিত হ'ব ৷

ক্লিক কৰি পঢ়কঃ মধ্য প্ৰদেশৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ সোণ কিনিবলৈ আহি ৰাজহুৱা প্ৰহাৰত আহত ৩

চৰাইদেউ মহোৎসৱ ২০২৩