/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/58824e15-3964-483b-84e2-0c7de1500d6d/cachar_24.jpg)
কাছাৰত ১১০০ কেজি গাঞ্জা জব্দ...
ৰাজ্যত অব্যাহত আছে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ।
কাছাৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
কাছাৰত জব্দ কৰা হৈছে ১১০০ কেজি গাঞ্জা।
বহু টোপোলাত বান্ধি গাঞ্জাখিনি সৰবৰাহৰ চেষ্টা চলাইছিল চক্ৰটোৱে।
বহিঃৰাজ্যৰ পৰা সৰবৰাহ কৰা হৈছিল এই গাঞ্জাখিনি।
গাঞ্জা সৰবৰাহৰ লগত জড়িত ২ জনক গ্ৰেপ্তাৰ।
Also Read: নিলম্বিত বিজেপি নেতা লাচিত গগৈৰ ঘৰত আৰক্ষীৰ অভিযান...