ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বুমৰাহৰ

দীৰ্ঘ দিনৰ অন্তত জাতীয় দললৈ প্ৰত্যাৱৰ্তন যশপ্ৰীত বুমৰাহৰ। আগন্তুক ভাৰত-শ্ৰীলংকা এদিনীয়া শৃংখলাৰ

author-image
Asomiya Pratidin
New Update
ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বুমৰাহৰ

ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বুমৰাহৰ

ডিজিটেল ডেস্কঃ দীৰ্ঘ দিনৰ অন্তত জাতীয় দললৈ প্ৰত্যাৱৰ্তন যশপ্ৰীত বুমৰাহৰ। আগন্তুক ভাৰত-শ্ৰীলংকা এদিনীয়া শৃংখলাৰ বাবে বি চি চি আয়ে দললৈ আমন্ত্ৰণ জনাইছে বেগী বলাৰগৰাকীক।

Advertisment

আঘাতৰ বাবে বিগত কিছুদিন ধৰি দলৰ পৰা বাহিৰত থাকিবলগীয়া হৈছিল খেলুৱৈগৰাকী। যাৰ বাবে টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ সদস্য হ'ব পৰা নাছিল তেওঁ। চিকিৎসকে জনোৱা অনুসৰি সম্প্ৰতি খেলুৱৈগৰাকী সুস্থ।

সেয়ে উক্ত শৃংখলাৰ বাবে বি চি চি আয়ে দললৈ আমন্ত্ৰণ জনায় বেগী বলাৰগৰাকীক। উল্লেখ্য যে, ছেপ্টেম্বৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ পৰাও দলৰ বাহিৰত আছিল খেলুৱৈগৰাকী।

আৰু পঢ়কঃঅধ্যয়ন-অনুশীলন-পৰিৱৰ্তনৰ ব্ৰতেৰে স্থাপিত ‘প্ৰেৰণা পুথিভঁৰাল’ৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশন

bcci INDIAN CRICKET TEAM