সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

কমলপুৰৰ আঠগাঁৱত দুই সন্তানসহ নৈত জাঁপ দিছিল মহিলাগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

  • পুঠিমাৰী নৈত সন্ধানহীন হোৱা মহিলাৰ মৃতদেহ উদ্ধাৰ

  • কমলপুৰৰ আঠগাঁৱত দুই সন্তানসহ নৈত জাঁপ দিছিল মহিলাগৰাকীয়ে

  • SDRFৰ অভিযানত আজি উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ

  • ঘটনাৰ দিনাই সৰু পুত্রক জীৱন্তে উদ্ধাৰ কৰিছিল স্থানীয় ৰাইজে

  • বুধবাৰে SDRF বাহিনীয়ে উদ্ধাৰ কৰিছিল জ্যেষ্ঠ পুত্রৰ মৃতদেহ।

Advertisment

আৰু পঢ়কঃ মৰনৈ বেবেজিয়াত চোৰৰ চাফাই অভিযান

sdrf উদ্ধাৰ পুঠিমাৰী নৈ