দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰত সন্ধানহীন শিশুঃ বাংলাদেশত উদ্ধাৰ মৃতদেহ...

ব'ৰ্ডাৰ গাৰ্ড বালংদাশে বি এছ এফলৈ হস্তান্তৰ কৰিলে শিশুটিৰ মৃতদেহ
south salmara
south salmara
  • দক্ষিণ শালমাৰাৰ মুঠাখোৱাত অঘটন।

  • মুঠাখোৱাৰ ব্রহ্মপুত্র নদীত শিশুৰ সলিল সমাধি।

  • গা ধুবলৈ গৈ সন্ধানহীন শিশু।

  • মাতৃৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ শিশুটি।

  • জানিব পৰা মতে বাংলাদেশত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।

  • ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশে ফ্লেগ বৈঠকৰ জৰিয়তে বি এছ এফক হস্তান্তৰ কৰিছে শিশুটিৰ মৃতদেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in