/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/37bd8416-2dd9-4c5a-8e3b-25b6d8c53ba5/hatsingimari_21.jpg)
south salmara
-
দক্ষিণ শালমাৰাৰ মুঠাখোৱাত অঘটন।
-
মুঠাখোৱাৰ ব্রহ্মপুত্র নদীত শিশুৰ সলিল সমাধি।
-
গা ধুবলৈ গৈ সন্ধানহীন শিশু।
-
মাতৃৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ শিশুটি।
-
জানিব পৰা মতে বাংলাদেশত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।
-
ব'ৰ্ডাৰ গাৰ্ড বাংলাদেশে ফ্লেগ বৈঠকৰ জৰিয়তে বি এছ এফক হস্তান্তৰ কৰিছে শিশুটিৰ মৃতদেহ।