লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাক বিজেপিৰ টিকট : চিলাপথাৰত আবতৰীয়া দিপাৱালী

লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাক বিজেপিৰ টিকট : চিলাপথাৰত আবতৰীয়া দিপাৱালী

author-image
Asomiya Pratidin
New Update
লখিমপুৰ সমষ্টিত প্ৰদান বৰুৱাক বিজেপিৰ টিকট : চিলাপথাৰত আবতৰীয়া দিপাৱালী

ডিজিটেল সংবাদ,চিলাপথাৰঃ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণাৰ পিছতে উসৱমুখৰ হৈ পৰিছে চিলাপথাৰ। ১৪ নং উত্তৰ লখিমপুৰ লোকসভা সমষ্টিৰ বাবে সাংসদ প্ৰদান বৰুৱাক পুনৰবাৰ দলীয় টিকট প্ৰদান কৰাত আনন্দিত দলীয় কৰ্মী-সমৰ্থকে চিলাপথাৰ টাউন মণ্ডল বিজেপি কাৰ্যালয়ত পালন কৰে অৱতৰীয়া দিপাৱলী।

Advertisment

হাজাৰ হাজাৰ ফটকা ফুটাই নাচি বাগী আনন্দ প্ৰকাশ কৰে বিজেপিৰ কৰ্মী সমৰ্থকসকলে। লখিমপুৰত প্ৰদান বৰুৱাৰ কোনো প্ৰতিদ্বন্দ্বী নাই। আজি টিকট প্ৰাপ্তিৰ বাবে স্ফূৰ্তি নহয় । বৰঞ্চ বিজয় উৎসৱহে পালন কৰিব লাগিছিল বুলি মন্তব্য কৰি যোগ্যজনক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে দলীয়‌ শীৰ্ষ মহলক কৃতজ্ঞা জনাইছে কাৰ্যকৰ্তাসকলে।

Also Read: টেকন'জিমৰ ৩ধৃতৰ ঢকুৱাখনাত পুনৰ লুণ্ঠনৰ জাল

loksabha election bjp