গ্ৰাম্যপথত ভয়ংকৰ বাইক দুৰ্ঘটনা...

গ্ৰাম্যপথত ভয়ংকৰ বাইক দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
গ্ৰাম্যপথত ভয়ংকৰ বাইক দুৰ্ঘটনা...

গ্ৰাম্যপথত ভয়ংকৰ বাইক দুৰ্ঘটনা...

ডিজিটেল সংবাদ বোকাখাতঃ বোকাখাতৰ এক গ্ৰামাঞ্চলত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বুলেট আৰু এখন পেশ্যন বাইকৰ মুখামুখী সংঘৰ্ষ।

Advertisment

বোকাখাতৰ শিঙাদৰিয়া গাঁৱত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হোৱা বুলেট বাইকখনৰ নম্বৰ AS 03 H 2238 আৰু পেশ্যন বাইকখনৰ নম্বৰ AS O5 L 4809।

জানিব পৰা মতে দুখন বাইকে তীব্ৰ গতিত মুখামুখিকৈ এখনে আনখনক খুন্দা মাৰে। দুঘৰ্টনাত আহত হৈছে তিনিজনকৈ লোক।

আহতলোকসকলৰ ভিতৰত আছে বাইক আৰোহী ৰন্তু দাস,পবিত্ৰ দাস, ৰঙাই দাস। আহত তিনিওকে ভৰ্তি কৰোৱা হৈছে শ্বহিদ কমলা মিৰি চিকিৎসালয়ত। ইয়াৰে পবিত্ৰ দাসৰ নামৰ আহত লোকৰজনৰ অবস্থা সংকটজনক।

ক্লিক কৰি পঢ়কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Lamborghini উপহাৰ অনুৰাগীৰ

পথ দুৰ্ঘটনা বাইক দুৰ্ঘটনা