পৰ্যটকৰ বাবে মুকলি ভুটানৰ পৰ্যনক্ষেত্ৰ…

পৰ্যটকৰ বাবে মুকলি ভুটানৰ পৰ্যনক্ষেত্ৰ…

author-image
asomiyapratidin
New Update
পৰ্যটকৰ বাবে মুকলি ভুটানৰ পৰ্যনক্ষেত্ৰ…

ডিজিটেল ডেস্ক : পৰ্যটকৰ বাবে  সুখবৰ। অহা ২৩ চেপ্তেম্বৰৰ পৰা ভূটান চৰকাৰে পৰ্যটক সকলৰ বাবে ভূটানৰ গেট মুকলি কৰিব। উল্লেখ্য যে দেশজুৰি কভিড ১৯ মহামাৰীৰ বাবে ভূটান চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ লগতে ভুটানলৈ যোৱা গেট বন্ধ কৰি ৰাখিছিল।

Advertisment

কভিড ১৯ মহামাৰীৰ ভয়ংকৰ পৰিস্থিতি কম হোৱাৰ পিছত ভাৰত-ভূটান সীমান্ত অঞ্চলত থকা দাদগিৰিৰে প্ৰৱেশ কৰা পথটো মুকলি কৰি দিয়া হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দেশৰ বহু পৰ্যটন ক্ষেত্ৰ কভিডৰ বাবে বন্ধ কৰি ৰখা হৈছিল। এতিৰে পৰা ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে খুলি দিয়া হৈছে পৰ্যটন ক্ষেত্ৰ সমূহ।

আৰু পঢ়ক : লামডিঙত অসুৰক্ষিত মহিলা-যুৱতীঃ ওলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ…

assam bhutan bhutan tourist place tourism