/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/ba0181c1-5be0-4581-a57a-7ac2b6c6780e/10.jpg)
- ড্ৰাগছৰ বিৰুদ্ধে বজালী আৰক্ষীৰ মাৰাথান অভিযান 
- বজালী আৰক্ষীয়ে ড্ৰাগছৰ লগত জড়িত বিগত মাহত ৭টা গোচৰ পঞ্জীয়ণ হোৱাৰ লগতে ড্ৰাগছৰ লগত জড়িত ১৩জন ব্যক্তিক কৰায়ক্ত কৰে। 
- বৃহস্পতিবাৰে সন্ধিয়াও বজালী আৰক্ষীয়ে অভিযান চলাই ভৱানীপুৰৰ পৰা আখতাৰ আলীক আটক কৰে। 
- আটক কৰা যুৱকজনৰ গাড়ীৰ পৰা ৩৫ গ্ৰাম হেৰ'ইন জব্দ কৰে। 
- আৰক্ষীয়ে ২৫টা ড্ৰাগছৰ কন্টেইনাৰ সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ কৰে। 
Also Read: কাছাৰত বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us