/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/63d22eb9-2ea8-4e4d-a17a-e893261fc1a6/arunachal_14.jpg)
এফালে উৰুকাৰ আনন্দ আনফালে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত অসমৰ খৰিকটীয়া...
ডিজিটেল ডেস্কঃ উৰুকাৰ আনন্দৰ মাজতে ৰাজ্যত সংঘটিত হৈছে গুলীচালনাৰ দৰে ঘটনা। গহপুৰৰ অৰুণাচল সীমান্তত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
জানিব পৰা মতে অৰুণাচলী দুৰ্বৃত্তই অসমৰ খৰিকটীয়াক লক্ষ্য কৰি গুলীচালনা কৰিছে। ফলত আহত হৈছে অসমৰ এগৰাকী খৰিকটীয়া।
সীমান্তৰ হেলেম চাপৰিত সংঘটিত হৈছে এই ঘটনা। অৰুণাচলীৰ গুলীত আহত অসমৰ খৰিকটীয়াজনৰ নাম পানীৰাম ফানচু।
বৰ্তমান তেওঁ ইটানগৰ আৰ কে মিছন হস্পিতালত চিকিৎসাধীন হৈ আছে।
ক্লিক কৰি পঢ়কঃ১০০ কোটি নিদিলে মৃত্যু নিশ্চিত ! কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক মৃত্যুৰ ভাবুকি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us