/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/144a7135-ddc7-43cf-8b4a-11ee0711bdc1/HAJ_30.jpg)
মক্কাত পুনৰ মৃত্যু হ'ল অসমৰ হজ যাত্ৰীৰ...
-
মক্কাৰ পৰা আহিল আন এক বেয়া খবৰ।
-
হজলৈ গৈ আন এগৰাকী অসমৰ হজ যাত্ৰীৰ মৃত্যুৰ খবৰ।
-
মক্কাত মৃত্যু হোৱা এই হজ যাত্ৰীগৰাকীৰ নাম মুজিবুদ্দিন আহমেদ।
-
মুজিবুদ্দিন আহমেদৰ ঘৰ শিৱসাগৰৰ কৰদৈগুৰিত।
-
মুজিবুদ্দিন আহমেদ আছিল শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।
-
ইয়াৰ পূৰ্বে মক্কাত মৃত্যু হৈছিল শিৱসাগৰ, লখিমপুৰৰ হজ যাত্ৰীৰ।
-
পূৰ্বে মক্কাত মৃত্যু হোৱা হজ যাত্ৰীগৰাকী আছিল সঞ্জীৱ বড়া।
-
যাত্ৰীগৰাকীৰ ২৮ জুনত মক্কাত মৃত্যু হৈছিল।
-
তেওঁ পত্নীৰ সৈতে গৈছিল মক্কালৈ।
-
মক্কাত মৃত্যু হোৱা লখিমপুৰৰ হজ যাত্ৰীগৰাকী আছিল ছফিক আহমেদ।
Also Read: পলাতক অ' চি বিমান ৰয়ক বৰ্খাস্তঃ জি পি সিং আজি যাব নলবাৰীলৈ...